UG & PG Examinations, GU

Open Text Book Examination (OTBE) @ GU

Important Notification


Help at the college level

  1. Each college will provide a helpline number for their own students, which will be available during the examination for any kind of technical help.

  2. In case a student ultimately fails to upload the answer script within the stipulated time of 1 hour and the additional time of 30 minutes, the student may approach the said helpline number and s/he may be allowed to submit the answer script through email with sufficient proof that there is a genuine failure during the uploading process (see below). This email will be announced by the principals of the respective colleges.

  3. This email will be specific to the college concerned and will be ONLY valid for the students belonging to that college. This email will be made available to the students by the respective colleges.

Proof of failure

  1. In case a student is allowed to submit the answer script by email to the college (after due consultation through the respective helpline number), such email MUST accompany a genuine Proof of Failure that the student has tried to upload the answer script within the stipulated time and also have tried during the additional extra time.

  2. Such Proof of Failure can be a screenshoot of the submission window of the examination portal which MUST clearly show the time at which the the student has tried to upload and also should show the failure message.

  3. This Proof of Failure will then be matched with the record at the examination computer system to validate its authenticity and it will be accepted ONLY when the failure is found to be genuine and authenticated against the log records at the computer system.

  4. The students should contact the respective colleges in this regard.

গুৰুত্বপূৰ্ণ জাননী


মহাবিদ্যলয়ৰ স্তৰত পাব পৰা সহায়তা

  1. প্ৰত্যেকখন মহাবিদ্যালয়ে, নিজৰ পৰীক্ষাৰ্থীসকলৰ কাৰণে, এটা হেল্প্-লাইন্ নাম্বাৰ ঘোষণা কৰিব, যিটোত পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত কাৰিকৰী সহায়তাৰ কাৰণে যোগাযোগ কৰিব পাৰিব৷

  2. যদি কিবা কাৰণবশতঃ কোনো পৰীক্ষাৰ্থীয়ে উত্তৰবহী নিৰ্ধাৰিত 1 ঘন্টাৰ ভিতৰত আৰু অতিৰিক্ত 30 মিনিটৰ ভিতৰতো আপলোড্ কৰিব নোৱাৰে, তেন্তে তেঁও ওপৰত উল্লেখ কৰা হেল্প্-লাইন্ নাম্বাৰত যোগাযোগ কৰিব পাৰিব আৰু তেঁওক ই-মেইলৰ যোগেদি উত্তৰবহী জমা কৰিবলৈ দিয়াৰ কাৰণে অনুমতি দিয়া যাব পাৰে, যদিহে পৰীক্ষাৰ্থীজনে আপলোড্ কৰিব নোৱাৰাৰ উপযুক্ত প্ৰমাণ দেখুউৱাব পাৰে (তলত চাওক)৷ এই ই-মেইলটো প্ৰত্যেকখন মহাবিদ্যালয়ৰ অধক্ষ্য সকলে নিজৰ নিজৰ মহাবিদ্যালয়ৰ কাৰণে ঘোষণা কৰিব৷

  3. এই ই-মেইলটো প্ৰতিখন মহাবিদ্যালয়ৰ কাৰণে বেলেগ বেলেগ হ’ব আৰু মাত্ৰ সেই মহাবিদ্যালয়ৰ পৰীক্ষাৰ্থীৰ কাৰণেহে প্ৰযোজ্য হ’ব৷ এই ই-মেইল্ পাবৰ কাৰণে, পৰীক্ষাৰ্থীসকলে নিজৰ নিজৰ মহাবিদ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে৷

অসফলতাৰ প্ৰমাণ

  1. যদি কোনো পৰীক্ষাৰ্থীয়ে প্ৰকৃত কাৰণবশতঃ উত্তৰবহী আপলোড্ কৰিব নোৱাৰে, তেঁওক উত্তৰবহী ওপৰত উল্লেখ কৰা ই-মেইলৰ যোগেদি জমা কৰিবলৈ অনুমতি দিয়া হ’ব পাৰে (ওপৰত উল্লেখ কৰা হেল্প্-লাইনত যথাবিহিতভাৱে যোগাযোগ কৰাৰ পাছতহে)৷ এনেকুৱা ই-মেইলত উত্তৰবহীৰ লগতে আপলোড্ কৰিব নোৱাৰাৰ অসফলতাৰ প্ৰমাণ থাকিব লাগিব, য’ত পৰীক্ষাৰ্থীজনে যে নিৰ্ধাৰিত সময় আৰু অতিৰিক্ত সময়ৰ ভিতৰত আপলোড্ কৰিবলৈ চেষ্টা কৰিছিল তাৰ প্ৰমাণ থাকিব লাগিব৷

  2. এনেকুৱা অসফলতাৰ প্ৰমাণত, পৰীক্ষাৰ্থীজনে আপলোড্ কৰিবলৈ চেষ্টা কৰাৰ পৰীক্ষাৰ পোৰ্টেলৰ স্ক্ৰীণৰ প্ৰতিলিপি (screenshot) থাকিব পাৰিব য’ত আপলোড্ কৰিবলৈ চেষ্টা কৰাৰ সময় লিপিবদ্ধ হৈ থাকিব লাগিব আৰু লগতে আপলোড্ যে হোৱা নাই, সেই বাৰ্তাৰ প্ৰতিলিপিও থাকিব লাগিব৷

  3. এই অসফলতাৰ প্ৰমাণক, পৰীক্ষাৰ কম্পিউটাৰ ব্যৱস্থাত নথিভূক্ত হৈ থকা তথ্যৰ লগত প্ৰমাণৰ সত্যাসত্যৰ কাৰণে পৰীক্ষা কৰা হ’ব আৰু জমা কৰা প্ৰমাণ প্ৰকৃত বুলি প্ৰমাণসিদ্ধ কৰাৰ পাছতহে, জমা দিয়া উত্তৰবহী গৃহীত হ'ব৷

  4. এই সন্দৰ্ভত, পৰীক্ষাৰ্থীসকলে নিজৰ নিজৰ মহাবিদ্যালয়ক যোগাযোগ কৰা উচিত৷

What is an Open Text Book Examination (OTBE)?

The Open Text Book Examination (OTBE) or Open Book Examination (OBE) is an examination, where a student is allowed to consult books (or study materials) while writing the answers. For all other aspects, the OTBE or OBE is simialr to a traditional examination. It will also have a limited time schedule within which the student needs to write the answers and submit the answer script.

At present, this OTBE (or OBE) will be held online.


মুক্ত পাঠ্য-পুঠি পৰীক্ষা বা Open Text Book (OTB) পৰীক্ষা নো কি?

Open Text Book Examination (OTBE) বা Open Book Examination (OBE) এনেকুৱা এটা পৰীক্ষা, য’ত পৰীক্ষাৰ্থীজনে, প্ৰয়োজন অনুসৰি প্ৰশ্নৰ উত্তৰ লিখিবলৈ পাঠ্য-পুঠি বা অন্য কোনো অধ্যয়ন সামগ্ৰীৰ সহায় ল’ব পাৰে৷ অন্য সকলো দিশতে, এই মুক্ত পাঠ্য-পুঠি পৰীক্ষা, সাধাৰণতে হোৱা পৰীক্ষাৰ লগত একে৷ এই OTB পৰীক্ষাতো, পৰীক্ষাৰ্থীজনে এটা নিৰ্দ্দিষ্ট সময় সীমাৰ মাজতে প্ৰশ্নৰ উত্তৰ লিখিব লাগিব আৰু পৰীক্ষা বহী জমা কৰিব লাগিব৷


এইবাৰ, এই মুক্ত পাঠ্য-পুঠি পৰীক্ষা অনলাইন্ মাধ্যমেৰে হ’ব৷

Postgraduate Examinations

Except Assamese and Bengali, postgraduate examinations of all other subjects will be conducted by the respevctive PG departments of GU. All PG examinee (except Assamese and Bengali) are hereby requested to contact their respective departments regarding their examinations. The schedule of such examinations can be found in GU's General Notification Portal and Examination Notification Portal.

Salient Features of the OTBE-2021

  1. The examinations in this session will be an OTBE which will be held online.

    ONLY Theory Part of the examination will held now. Details about Practical Examinations will be notified later. Besides, the duration of various examninations will be published with the respective examination schedules.

  2. There WILL NOT be any offline OR physical facility during the whole process of examination. All processes including downloading of question papers and uploading of answer scripts will ONLY be available in the online mode.

  3. All students have to equip themselves with proper equipment with sufficient network connectivity bandwidth and data pack so as to comfortably complete the OTBE within the stipulated time. It is extrenmely imortant to note that the university will NOT entertain any complaint in this regard.

  4. The university will provide a Practice Examination Session for the students to rehearse the entire procedure before the actual examination starts.

OTBE-2021 ৰ লক্ষ্যনীয় দিশসমূহ

  1. এই OTB পৰীক্ষা অ্নলাইন্ মাধ্যমেৰে হ'ব ৷

    এতিয়া মাত্ৰ থিয়ৰি (theory) পৰীক্ষাহে হ’ব৷ প্ৰেক্টিকেল্ (practical) পৰীক্ষাৰ বিষয়ে যথাসময়ত জাননী দিয়া যাব৷ বিভিন্ন পৰীক্ষাসমূহৰ সময়সীমা, পৰীক্ষাসমূহৰ সময়সূচীৰ লগত প্ৰকাশ কৰা হ’ব৷

  2. এই পৰীক্ষাৰ সন্দৰ্ভত সৰ্বসাধাৰণতে হোৱাৰ নিচিনাকৈ কোনো ধৰণৰ কায়িক (physical or offline) কাৰ্য্যাৱলী নাথাকিব ৷ প্ৰশ্নকাকত ডাউনলোড্ কৰাৰ পৰা পৰীক্ষাবহী আপলোড্ কৰালৈকে, পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া মাত্ৰ অনলাইন্ মাধ্যমতহে হ’ব ৷

  3. সকলো পৰীক্ষা প্ৰাৰ্থীয়ে, লাগতীয় সকলো সা-সজুঁলি যেনে কম্পিউটাৰ, স্মাৰ্ট ফোন্ ইত্যাদি নিজেই নিজৰ কাৰণে আগতীয়াকৈ যোগাৰ কৰি ল’ব কাগিব ৷ সকলো প্ৰাৰ্থীয়ে, ইন্টাৰনেট্ ডাটা পেক্ আৰু যাৱতীয় ইন্টাৰনেট্ সংযোগৰ কাৰণে লগা সুবিধাসমূহ নিজে নিজে যোগাৰ কৰিব লাগিব যাতে, এই অনলাইন্ OTB পৰীক্ষা, তেওঁলোকে কোনোধৰণৰ অসুবিঘাৰ সন্মুখীন নোহোৱাকৈ সুকলমে অৱতীৰ্ণ হ’ব পাৰে ৷ এইটো অতি গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া কথা যে, গুৱাহাটী বিশ্ববিদ্যালয়ে, এই সন্দৰ্ভত কোনো ধৰণৰ অভিযোগ গ্ৰহণ নকৰিব

  4. বিশ্ববিদ্যালয়ে, এই গোটেই প্ৰক্ৰিয়াটোক ছাত্ৰ-ছাত্ৰীৰ মাজত, আগতীয়াকৈ অনুশীলনৰ কাৰণে মুকলি কৰি দিব ৷

The Examination Procedure

Following are the steps which a student will need to follow in order to appear in the OTBE. The detailed date and respective online links will be published in due course of time.

Prior to the OTBE

  1. The student will need to update his / her mobile number through the IUMS .

  2. The student is advised to visit the Practice OTBE portal for a rehearsal of the whole process.


On the day of the OTBE

  1. The student will need to login to the examination portal using certain credentials.

  2. The student then downloads the respective question paper on his / her device.

  3. The student needs to write the answers using a pen on A4 sheets (for details please see this page) of paper (please also see the limitations on size of the scanned answer sheets to be uploaded).

  4. The student then scans the answer sheets and convert the scanned pages to a PDF (Portable Document Format) file using advised procedure (see below to know how).

  5. At the end of the examination, the students upload the the scanned PDF file(s) to the examination portal.
    The upload facility open after half an hour of the commencement of the examination and will remain open up to one hour after the end of the examination.

পৰীক্ষা প্ৰক্ৰিয়া

এই OTBE ৰ সন্দৰ্ভত, এজন পৰীক্ষাৰ্থীয়ে মানিব লগীয়া নিয়মখিনি তলত দিয়া হৈছে৷ এই প্ৰক্ৰিয়াত প্ৰয়োজন হোৱা ওৱেব্ চাইট্ তৰ বিস্তৃত বিবৰণ আৰু অনান্য তথ্য যথাসময়ত প্ৰকাশ কৰা হ’ব ৷

OTB পৰীক্ষা অনুস্থিত হোৱাৰ আগতে

  1. সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ মোবাইল্ নাম্বাৰ্, বিশ্ববিদ্যালয়ৰ IUMS ব্যৱস্থা প্ৰণালীৰ জৰীয়তে অন্তৰ্ভুক্ত কৰিব লাগিব ৷

  2. ছাত্ৰ-ছাত্ৰী সকলে, অনুশীলনৰ কাৰণে মুকলি কৰি দিয়া ওৱেব্ চাইট্ ত ভাগলোৱাটো বাঞ্ছনীয় ৷


OTB পৰীক্ষা অনুস্থিত হোৱাৰ দিনা

  1. প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ দিনা পৰীক্ষাৰ ওৱেব্ চাইট্ ত নিজৰ নিজৰ তথ্যৰ যোগেদি লগ্-ইন্ (login) কৰিব লাগিব ৷


  1. প্ৰতিজন পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকতখন নিজৰ নিজৰ কম্পিউটাৰ বা স্মাৰ্টফোনলৈ ডাউনলোড্ কৰিব লাগিব ৷


  1. প্ৰতিজন পৰীক্ষাৰ্থীয়ে, পৰীক্ষাৰ উত্তৰ, নিজৰ হাতেৰে, বগা A4 (এ-ফ’ৰ) আকৰৰ কাগজত লিখিব লাগিব (সবিশেষ জানিবলৈ এই পৃষ্ঠা চাওক)৷ পৰীক্ষাৰ্থী সকলে, আপলোড্ কৰিবলগীয়া উত্তৰ বহীৰ, সৰ্বোচ্চ ফাইল্ ৰ আকাৰৰ (file size) প্ৰতিও মন দিয়া উচিত ৷


  1. পৰীক্ষাৰ্থী সকলে তেওঁলোকৰ উত্তৰ বহীৰ পৃষ্ঠাবোৰক স্কেন্ (scan) কৰি এটা মাত্ৰ PDF (পৰ্টেবোল্ ডকুমেন্ট্ ফৰমাট্) ফাইললৈ পৰিবৰ্তিত কৰিব লাগিব (কেনকৈ কৰিব, তাৰ কাৰণে তলত চাওক)৷


  1. পৰীক্ষাৰ অন্তত, তেওঁলোকে তৈয়াৰ কৰা PDF ফাইল্ টোক, পৰীক্ষাৰ ওৱেব্ চাইট্ ত আপলোড্ কৰিব লাগিব ৷
    উত্তৰ বহী আপলোড্ কৰাৰ সুবিধা, পৰীক্ষা আৰম্ভ হোৱাৰ আধাঘন্টাৰ পাছৰ পৰা পৰীক্ষা শেষহোৱাৰ এঘন্টাৰ পাছলৈকে উপলব্ধ হ’ব ৷

The Question Paper for OTBE-2021

The marks for a question paper for OTBE-2021 will be 70% of the equivalent respective offline or physical question paper (or traditional). For example, if otherwise a question paper has a total marks of 100, the respective question paper for OTBE-2021 will be held for 70 marks. However, it is important to note that the question paper will cover full syllabus of the subject.

During the OTBE-2021, in a question paper, there will be some questions, to answer which the student will require proper understanding of the subject.

OTBE-2021ৰ প্ৰশ্নকাকত

এই OTBE-2021ৰ প্ৰশ্নকাকতৰ মান (marks), সেই বিষয়ৰ সাধাৰণ গতানুগতিক প্ৰশ্নকাকতৰ মানৰ 70% হ’ব৷ উদাহৰণ স্বৰূপে যদি কোনো এটা বিষয়ৰ গতানুগতিক প্ৰশ্নকাকতৰ মান 100 হয়, তেন্তে সেই বিষয়ৰ OTBE-2021ৰ প্ৰশ্নকাকতৰ মান হ’ব 70 ৷ কিন্ত, পৰীক্ষাৰ্থী সকলে এইটো মন কৰা উচিত যে, OTBE-2021ৰ প্ৰশ্নকাকতখনত সম্পূৰ্ণ পাঠ্যতালিকাৰ প্ৰশ্ন থাকিব৷


এই OTB পৰীক্ষাৰ প্ৰশ্নকাকতত, কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব যাৰ উত্তৰ লিখিবলৈ পৰীক্ষাৰ্থী এজনৰ বিষয়টোৰ ওপৰত যথোপযুক্ত উপলব্ধিৰ আৱশ্যক হ’ব৷

How to scan your answer scripts to uploadable PDF?