Preparing the Answer Script

Preparing the Answer Script

This is undoubtedly the most important part of the examination and require you to have a meticulous planning. For your reference, we have prepared a template file containing the sample front page and other pages, which you can download and printout to be used as your answer script.

Click on the Download button at the bottom this page to download these templates.

এই পৰীক্ষাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰ্য্য হ'ল পৰীক্ষাৰ উত্তৰ বহী তৈয়াৰ কৰা৷ এই ক্ষেত্ৰত এজন পৰীক্ষাৰ্থীয়ে অতি সাৱধানতাৰে গোটেই প্ৰক্ৰিয়াটোত মনোনিবেশ কৰা উচিত৷ পৰীক্ষাৰ্থী সকলৰ কাৰণে সেয়েহে, উদাহৰণমূলকভাৱে দহ পৃষ্ঠাৰ এখন উত্তৰ বহীৰ নমুনা তৈয়াৰ কৰা হৈছে৷ এই উত্তৰ বহীখনক তলত দিয়া সংযোগৰ পৰা ডাউনলোড্ কৰিব পাৰি৷ পৰীক্ষাৰ্থী সকলে এই নমুমামূলক উত্তৰ বহীখনো নিজৰ উত্তৰ বহী হিচাবে ব্যৱহাৰ কৰিব পাৰে৷


এই নমুনা ডাউনলোড্ কৰিবলৈ তলত দিয়া ডাউনলোড্ ছবিটোত ক্লিক্ কৰক৷

Detailed Rules & Guidelines

  1. All answers MUST be handwritten by the examinee on white & blank A4 sheets of paper.

  2. The first page of the answer scripts MUST contain the following

    • Subject Name and Subject Code

    • Registration No

    • Roll No

    • Paper Code

  3. All the pages MUST contain page numbers


Click on the button below to download a template for your answer script, which contains 10 pages. You may have more or less than 10 pages of sheet, but remember that the size of the PDF file of your answer script MUST be within 5.0 MB.

If the size of the PDF file becomes more than 5.0 MB, the student will NOT be able to upload the answer script.

বিশদ নিয়মাৱলী আৰু নিৰ্দেশিকা সমূহ

  1. সকলো প্ৰশ্নৰ উত্তৰ, পৰীক্ষাৰ্থীয়ে নিজ হাতেৰে A4 আকাৰৰ বগা কাগজত লিখিব লাগিব৷

  2. উত্তৰ বহীৰ প্ৰথম পৃষ্ঠাত তলত দিয়া তথ্য খিনি থাকিব লাগিব৷

    • বিষয়ৰ নাম আৰু বিষয় সংকেত (subject code)

    • পঞ্জীয়ন নং

    • ৰোল্ নং

    • পৰীক্ষা কাকত সংকেত (paper code)

  3. উত্তৰ বহীৰ সকলো পৃষ্ঠাত, একৰ পৰা ক্ৰমান্বয়ে পৃষ্ঠাংক থাকিব লাগিব



নমুনা হিচাবে দিয়া উত্তৰ বহীখন ডাউনলোড্ কৰিবলৈ তলৰ চিত্ৰত ক্লিক্ কৰক৷ এই বহীখনত দহ পৃষ্ঠা অছে৷ কোনো পৰীক্ষাৰ্থীৰ উত্তৰ বহীৰ পৃষ্ঠাৰ সংখ্যা দহতকৈ বেছি বা কম হ’ব পাৰে, কিন্ত উত্তৰ বহীৰ PDF ফাইল্ ৰ আকাৰ, কোনো কাৰণতেই 5.0 MB ৰ বেছি হ’ব নোৱাৰিব

যদি PDF ফাইল্ ৰ আকাৰ 5.0 MB তকৈ বেছি হয়, পৰীক্ষাৰ্থীজনে ফ্যইল্ টো আপলোড্ কৰিব নোৱাৰিব

Important to note that


  1. You MUST use the proper app in your smartphone of computer to scan your answerscript into a single PDF file, as advised in these pages.

  2. It is important NOT to take photograph and scan, which will increase the file size beyond the prescribed limit of 5.0 MB. You should directly scan the sheets through an appropriate app.

  3. While scanning, you should always opt for a Black & White scan as scanning with Colour will definitely require more file size.

গুৰুত্বপূৰ্ণ নিৰ্দেশিকা


  1. পৰীক্ষাৰ্থী সকলে নিজৰ স্মাৰ্টফোন্ অথবা কম্পিউটাৰত উপযুক্ত এপচ্ (apps) ব্যৱহাৰ কৰাটো অনিবাৰ্য্য৷ এই বিষয়ে আমাৰ নিৰ্দেশিকা ইয়াত চাব পাৰে৷


  1. এইটো অতি গুৰুত্বপূৰ্ণ যে, পৰীক্ষাৰ্থী সকলে যেন নিজৰ উত্তৰ বহীৰ ফটোগ্ৰাফ্ লৈ তাক আকৌ স্কেন্ নকৰে৷ এনে কৰিলে ফাইলৰ আকাৰ নিৰ্ধাৰিত কৰি দিয়া 5.0 MB তকৈ বহু বেছি হ’ব পাৰে৷ ইয়াৰ বিপৰীতে পৰীক্ষাৰ্থী সকলে উত্তৰ লিখা পৃষ্ঠাবোৰক পোনপটীয়াকৈ এপ্ যোগে স্কেন্ কৰা উচিত৷


  1. স্কেন্ কৰোঁতে সদায়েই পৃষ্ঠাখন ক’লা-বগা (Black & White) কৈ স্কেন্ কৰা উচিত, কাৰণ ৰঙীন স্কেন্ ৰ আকাৰ নিশ্চয়কৈ বেছি হয়৷

Without Water Mark

With Water Mark