Time & Size Limits

Time & Size Limits

Downloading the Question Paper

The question paper for each OTBE will be available for download in the examination portal 30 minutes prior to the commencement of the examination.

প্ৰশ্নকাকত ডাউনলোড্

প্ৰতিটো OTB পৰীক্ষাৰ কাৰণে, প্ৰশ্নকাকতখন, পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট আগতে ডাউনলোড্ ৰ কাৰণে উপলব্ধ হ’ব৷

Uploading the Answer Scripts

The student will be able to upload the PDF copy of the answer script after 30 minutes from the time of commencement of the examination and the upload facility will be available until one hour (60 minutes) after the end of the examination.

For example, if the actual time of the examination is from 09:00 hours to 12:00 hours, the question paper will be available to the student at 08:30 hours. The uploading window will be open from 09:30 hours and will remain open till 13:00 hours.

In case, a student tries to upload the answer script but fails to do so, s/he will be able to continue to upload for another additional 30 minutes after the end of the designated hour for upload.

If however, the student fails to upload the answer script even during the additional time, s/he will be marked as ABSENT in the examination.

If however a student DOES NOT try to upload and chooses to wait, for such a student, the upload time will expire at the designated hour and the student will be marked ABSENT.

উত্তৰ বহী আপলোড্

পৰীক্ষাৰ্থী সকলে পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিটৰ পাছৰ পৰা পৰীক্ষা শেষহোৱাৰ এঘন্টা পাছলৈকে উত্তৰ বহী আপলোড্ কৰিব পাৰিব৷


উদাহৰণস্বৰূপে, যদি পৰীক্ষাৰ সময়সীমা 09:00 বজাৰ পৰা 12:00 বজালৈকে হয়, তেন্তে প্ৰশ্নকাকতখন 08:30 বজাত ড্যউনলোডৰ কাৰণে উপলব্ধ হ’ব৷ আৰু পৰীক্ষাৰ উত্তৰ বহী, পৰীক্ষাৰ্থী সকলে, 09:30 বজাৰ পৰা 13:00 বজালৈকে আপলোড্ কৰিব পাৰিব৷

যদি কোনো পৰীক্ষাৰ্থীয়ে নিৰ্দ্দষ্ট সময়সীমাৰ ভিতৰত উত্তৰবহী আপলোড্ কৰিবলৈ চেষ্টা কৰিছে কিন্তু সফলতাৰে আপলোড্ কৰিব পৰা নাই, তেনে পৰীক্ষাৰ্থীয়ে, সময় শেষ হোৱাৰ পাছতো অতিৰিক্ত 30 মিনিটলৈকে উত্তৰবহী আপলোডৰ কাৰণে চেষ্টা কৰিব পাৰিব৷

কিন্তু কোনো পৰীক্ষাৰ্থীয়ে যদি নিৰ্দ্দষ্ট সময়সীমাৰ ভিতৰত উত্তৰবহী আপলোড্ কৰিবলৈ চেষ্টা নকৰে, তেনে পৰীক্ষাৰ্থীৰ কৰণে, আপলোডৰ সময় নিৰ্দ্দষ্ট সময়ত শেষ হৈ যাব আৰু তেনে পৰীক্ষাৰ্থীয়ে আপলোডৰ কাৰণে আৰু সুবিধা নাপাব আৰু তেঁওক পৰীক্ষাত অনুপস্থিত বুলি গণ্য কৰা হ’ব৷


Upload Limits

  1. At the end of the examination, the student will need to scan the hand written pages of the answer script and convert it to a single PDF file using an appropriate app (as advised).

  2. The maximum limits of the resultant PDF file, which is to be uploaded, is 5.0 MB.

  3. Once a student uploads the PDF file, the upload will be closed for that examination and the student will NOT be able to upload it again. Therefore, it is extremely important that the student practices beforehand so as to have a smooth uploading experience.

You can find relevant instructions for scanning your answer script to a single PDF file in the page Scanning to PDF. If you follow the correct procedure for your device, the resultant PDF file for scanning 10 (ten), A4 size pages is only about 2.0MB large. We suggest that the student practices this part (scanning to PDF) well before and familiarise him / herself with the whole procedure.

আপলোডৰ উৰ্দ্ধসীমা

  1. পৰীক্ষাৰ অন্তত, পৰীক্ষাৰ্থীয়ে উত্তৰ বহীৰ পৃষ্ঠাবোৰ উপযুক্ত এপ্ (app) ৰ যোগেদি (কেনেকৈ কৰিব, তাৰ কাৰণে নিৰ্দেশিকা চাওক) এটা PDF ফাইললৈ পৰিবৰ্তিত কৰিব লাগিব৷


  1. PDF ফাইলটোৰ আকাৰ 5.0 MB তকৈ বেছি হ’ব নোৱাৰিব৷


  1. পৰীক্ষাৰ্থী এজনে এবাৰ PDF ফাইলটো আপলোড্ কৰাৰ পাছত, দ্বিতীয়বাৰ আকৌ আপলোড্ কৰিব নোৱাৰিব৷ সেযেহে, এইটো অতিশয় গুৰুত্বপূৰ্ণ আৰু মনকৰিবলগীয়া কথা যে পৰীক্ষাৰ্থীজনে যাতে এই গোটেই প্ৰক্ৰিয়াটো আগতে অনুশীলন কৰাটো আৱশ্যক৷



উত্তৰ বহী স্কেন্ কৰি PDF ফাইললৈ পৰিবৰ্তিত কৰাৰ গোটেই প্ৰক্ৰিয়াটোৰ বিশদ বিবৰণ এই পৃষ্ঠাত দিয়া আছে৷ যদি কোনোৱে, এই প্ৰক্ৰিয়াটো শুদ্ধভাৱে পালন কৰে, তেন্তে প্ৰতি দহখন A4 আকাৰৰ কাগজৰ কাৰণে তৈয়াৰ হোৱা PDF ফাইলৰ আকাৰ মাত্ৰ 2.0 MB মানহে হ’ব৷ কাজেই, প্ৰতিজন পৰীক্ষাৰ্থীয়ে এই প্ৰক্ৰিয়াটোৰ লগত নিজকে চিনাকী কৰি লোৱাটো বাঞ্ছনীয়৷